Satriya Nritya: এক চমু আভাস

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা ‘ৰেডিঅ’ লুইত’ৰ সৌজন্যত আগবঢ়োৱা হয় “আলেখ্য” নামৰ এটি অনুষ্ঠান । এই অনুষ্ঠানটোত মিতালী বৰাই আপোনালোকলৈ লৈ আহিছে “সত্ৰীয়া নৃত্যৰ এটি চমু আভাস” শীৰ্ষক এখনি আলেখ্য। এই আলেখ্য অনুষ্ঠানটোত সত্ৰীয়া নৃত্যৰ লগত জড়িত দুজন সু-প্ৰসিদ্ধ শিল্পীৰ লগত মিতালীয়ে কৰা কথোপকথন বাণীবদ্ধ কৰা হৈছে । “সত্ৰীয়া নৃত্যৰ এটি চমু আভাস” শীৰ্ষক এই Read More …