Satriya Nritya: এক চমু আভাস

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা ‘ৰেডিঅ’ লুইত’ৰ সৌজন্যত আগবঢ়োৱা হয় “আলেখ্য” নামৰ এটি অনুষ্ঠান । এই অনুষ্ঠানটোত মিতালী বৰাই আপোনালোকলৈ লৈ আহিছে “সত্ৰীয়া নৃত্যৰ এটি চমু আভাস” শীৰ্ষক এখনি আলেখ্য।

এই আলেখ্য অনুষ্ঠানটোত সত্ৰীয়া নৃত্যৰ লগত জড়িত দুজন সু-প্ৰসিদ্ধ শিল্পীৰ লগত মিতালীয়ে কৰা কথোপকথন বাণীবদ্ধ কৰা হৈছে ।

“সত্ৰীয়া নৃত্যৰ এটি চমু আভাস” শীৰ্ষক এই আলেখ্য অনুষ্ঠানটোৰ এটা লিপিবদ্ধ সংস্কৰণ ও এই পোষ্টটোত পঢ়ুৱৈসকলৰ সুবিধাৰ্থে দিয়া হ’ল।

 

 

Satriya Nritya.

 

Kindly visit this link to read the full Script: Script – Alekhya – Radio Luit

Script Radio Luit Assam

 

Mitali Bora is a student of Mass Communication and Journalism (MCJ) From Guwahati University IDOL.

With her Post Graduate Diploma in Computer Application, she works as a computer faculty in Asian Infotech in Guwahati.

Hailing from Hengerabari, Guwahati, Mitali is also involved with Radio Luit, 90.8 FM, the community Radio Service(CRS), Gauhati University.