অসমীয়া ৰাভা লোক-সংস্কৃতি

লোক-সংস্কৃতি কি তাৰ একাষাৰতেই সংজ্ঞা দিয়াটো সহজ নহয়। লোক-সংস্কৃতিৰ বিভিন্ন গৱেষক, লিখক, পণ্ডিতসকলৰ লেখনিৰ পৰা আমি কব পাৰোঁ যে লোক-সমাজেই লোক-সংস্কৃতিৰ জন্ম আৰু বিকাশৰ মূল আৰু লোক-সমাজৰ মাজেদিয়েই পৰম্পৰা প্ৰবাহিত হৈ থাকে। সৰ্বসাধাৰণ লোকৰ মানসিক আৰু আধ্যাত্মিক জীবন কলা আৰু অৱসৰ বিনোদন, মৌখিক সাহিত্য, আচাৰ-নীতি, অনুষ্ঠান, বেশ-ভূষা আৰু জনপ্ৰিয় বিশ্বাসসমূহৰ ভাৱ-ভংগী অধ্যয়ন কৰা বিজ্ঞানকে লোক Read More …