পিতৃ-মাতৃ আৰু সন্তান

কষ্ট মানে কি আচলতে সেইজনী মাতৃয়েহে বুজি পায়  যিজনী মাতৃয়ে নিজৰ সন্তানক ন মাহ ন দিন গৰ্ভত ৰাখি, পেটৰবিষ , খোৱা-বোৱাত কষ্ট , উঠা বহাত কষ্ট  আদি  সহ্য কৰিও নিজৰ সন্তানক জন্ম দিয়ে। সন্তান জন্ম দিয়াটো কিমান কষ্টকৰ মাথোঁ মাতৃজনীয়েহে গম পায়। বিভিন্ন সময়ত দেখা পোৱা যায়, সন্তানৰ প্ৰসৱৰ সময়ত কিছুমান গৰ্ভৱতী মহিলাই যান্ত্ৰণা সহিব Read More …