সংগ্ৰামৰ অন্য এটা দফা: পথৰুঘাট

১৮৯৪ চনৰ ২৮জানুৱাৰী, অসম তথা ভাৰতৰ ইতিহাসত এটা মচিব নোৱাৰা তেজৰ চেকুঁৰা – পথৰুঘাটৰ ৰণ। সময় বাগৰে, পথাৰে ৰুপ সলাই, ধৰাই আদৰে নতুনত্বক… মাঁথো সলনি নহয় পেটৰ তাড়ণা । ইতিহাসে ও পল-অনুপল বগৰাই যাই আগুৱাই,থাকি যাই মাঁথো তেজৰ চেকুঁৰা । ভাৰতৰ ইতিহাসৰ এটি ক’লা অধ্যায় হল পথৰুঘাটৰ ৰণ। সেই ৰণ য’ত বৃটিচ চৰকাৰে ১৪০জন নিৰীহ Read More …