সন্ত্ৰাসবাদ আৰু উত্তৰ-পূৱ ভাৰত: এক দস্তাবেজ

সাম্প্ৰতিক সময়ত সমগ্রবিশ্বত সন্ত্ৰাসবাদে ভয়াবহ ৰূপ ধাৰণ কৰিছে। সন্ত্ৰাসবাদ এক নিৰৱচ্ছিন্ন সমস্যা। বিশ্বত সন্ত্ৰাসবাদৰ কাৰ্যকলাপে এক অন্ধকাৰ তথা অস্থিৰ ভৱিষ্যতৰ পথ বহন কৰি আহিছে। পৃথিৱীৰ বিভিন্ন সশস্ত্ৰ সংগঠনসমূহৰ সন্ত্ৰাসবাদমূলক কাৰ্যপ্ৰণালীবোৰক কঠোৰ পদক্ষেপৰে দমন কৰিবলৈ ৰাষ্ট্রীয় তথা অন্তঃৰাষ্ট্ৰীয় স্তৰত বিভিন্ন প্ৰচেষ্টা প্ৰয়োগ কৰা দেখা যায়। বৰ্তমান দৃষ্টিপটত সন্ত্ৰাসবাদ নিৰ্দিষ্ট এটি অঞ্চল অথবা ৰাষ্ট্ৰতেই সীমাবদ্ধ হৈ থকা Read More …